বিহু

0

অসমীয়া মানে তিনিটি কথা ভাষা নামঘৰ বিহু।
অসমীয়া মানে শিৰাই শিৰাই বৈ যায় মহাবাহু।।
অসমীয়া মানে শংকৰদেৱ বৈষ্ণৱ শিৰোমণি।
অসমীয়া মানে লাচিতৰ সাহসেৰে ধনী।।


গছৰ কুঁহিপাতে, কুলি মৌমাতে আদৰি অনা বহাগ বিহুটি অসমীয়াৰ পৰিচয়। আপোনাক আৰু আপোনাৰ পৰিয়াল বৰ্গক ৰঙালী বিহুৰ ওলগ জাছিলো। 🙏🏻

সূৰ্য‌ই মীন ৰাশিৰ পৰা মেষ ৰাশিলৈ সংক্ৰমণ কৰা দিনটোক প্ৰথম দিন হিচাপে ধৰি সম্পূৰ্ণ এটা চক্ৰ পূৰ্ণ কৰিলে ১ সৌৰ বৰ্ষ বোলা হয়।

অসম, ও‌ড়িচা, বংগ, কেৰল, তামিলনাডু, পাঞ্জাবত এই সৌৰ বৰ্ষকে মনা হয় আৰু আজিৰ দিনটোক

ওড়িচাত - পানা সংক্ৰান্তি বা ওড়িয়া নববৰ্ষ
বংগত - পহিলা বৈশাখ
কেৰলত - ৱিচু
তামিলনাডুত - পুথন্দু
মিথিলাত - জুৰ শীতল
খাম্তি, চিংফৌ সকলে - চাংকেন
লাডাখত- গলদান নামচ'ত
চাকমা সকলে- বিঝু
ত্ৰিপুৰাত - বিচু

নামেৰে পালক কৰে।

বৰ্তমান প্ৰচলিত সম্বৎ সমুহ:
কলিযুগাব্দ ৫১২৫
বিক্ৰম সম্বৎ ২০৮০
শকাব্দ ১৯৪৫
ভাস্কৰাব্দ ১৪৩০
শঙ্কৰাব্দ ৫৭৪
নানকশাহী সম্বৎ ৫৫৪
গৌৰাব্দ ৫৩৭
মাধৱাব্দ ৫৩৪

 


 https://blog.kitemanja.com/wp-content/uploads/2019/04/mukoli-bihu-dance-768x516.jpeg

Tags

Post a Comment

0Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !