শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

0

 যাৰ মন ৰাম যাৰ ধন শ্যাম

           কৃষ্ণত ৰময় মতি।

হেনয় বৈকুণ্ঠ ধামৰ মুৰুতি

           কৰোহো পৰি প্ৰণতি।। 


ভাষা ব্ৰজাৱলী ঘোষা পদাৱলী

           কাব্য বস্ত্ৰ-বৃন্দাৱনী



ষোড়শ কলাৰ গুণৰ গৰাকী

          কৃষ্ণ-ভকতি সাধিলা।

সত্ৰ মধুপুৰ শ্ৰীমন্ত শঙ্কৰ

          ভৈলন্ত অন্তিম লীলা।।


।।ঔঁ শ্ৰীকৃষ্ণায় শৰণম্ মম।।


Post a Comment

0Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !